বসন্ত দাসৰ কৰ্মৰাজি : এক অৱলোকন
(শ্ৰী উদ্দীপ তালুকদাৰ ডাঙৰীয়াৰ হাতত)
(শ্ৰী উদ্দীপ তালুকদাৰ ডাঙৰীয়াৰ হাতত)
প্ৰকাশিত গ্ৰন্থসমূহ…
১. জংছন৷ ১৯৭৩চন৷ সাহিত্য প্ৰকাশ, গুৱাহাটী-৩
২. যোৰাবাট৷ ১৯৭৯চন৷ কিৰণ প্ৰকাশ, ডিফু
৩. পিৰামিড৷ ১৯৮১চন৷ দেৱকাঞ্চন প্ৰকাশ, ডিফু
৪. প্লেটফৰ্ম৷ ১৯৮৫চন৷ জ্ঞানপীঠ প্ৰকাশ, ডিফু
৫. ৰুমাল৷ ১৯৯২চন৷ জ্ঞানপীঠ প্ৰকাশ, ডিফু
৬. তমন৷ ২০০১চন৷ আংগিক প্ৰকাশন, গুৱাহাটী-৩
৭. মেলেং৷ ২০০৫চন৷ আংগিক প্ৰকাশন, গুৱাহাটী-৩
৮. কাৰবি সংস্কৃতিৰ ধাৰা (প্ৰথম খণ্ড)৷ ২০০০চন৷
কাৰবি লাম্মেত আছং, ডিফু
৯. কাৰবি সংস্কৃতিৰ ইতিহাস৷ ২০১০চন৷ আঁক-বাক, গুৱাহাটী
বিভিন্ন আলোচনীত প্ৰকাশিত উপন্যাস…
১. এজনী নতুন মানুহ৷ ১৯৬৮চন৷ ‘সমকালীন’
২. বিদেহী৷ ১৯৯৭চন৷ শাৰদীয় সংখ্যা ‘দৈনিক অসম’
৩. মই আৰু ঘাইসুঁতি৷ ২০০০চন৷ বসন্ত সংখ্যা ‘সাদিন’
৪. বিকাৰ৷ ২০০০চন৷ শাৰদীয় সংখ্যা ‘দৈনিক অসম’
৫. মায়া প্ৰান্তৰ৷ ২০০০চন৷ বিহু সংখ্যা ‘জনমভূমি’
৬. মৰ্ত্যৰ পৰা স্বৰ্গলৈ৷ ২০০১চন৷ বিহু সংখ্যা
‘সাদিন’
৭. ৰাণাইমা বিলৰ উপকথা৷ ২০০৩চন৷ শাৰদীয় সংখ্যা
‘আমাৰ অসম’
৮. বীৰাংগনা৷ ২০০৪চন৷ বিহু সংখ্যা ‘জনমভূমি’
৯. কাৰবি বীৰ৷ ২০০৫চন৷ বিহু সংখ্যা ‘জনমভূমি’
১০. কথা অৰণ্য৷ ২০০৮চন৷ পূজা সংখ্যা ‘সাতসৰী’
১১. ৱ’লেং৷ ২০০৯চন৷ বসন্ত সংখ্যা ‘সাদিন’
১২. বিৱৰ৷ ২০০৯চন৷ ‘আমাৰ সময়’ (টাইম্চ অৱ ইণ্ডিয়া)
১৩. হুনমিলি৷ ২০১০চন৷ পূজা সংখ্যা ‘জনমভূমি’
১৪. নিৰ্বাণ৷ ২০১১চন৷ ‘দৈনিক কাৰবি’ (অসম্পূৰ্ণ)
১৫. উমাল অনুভূতি (অপ্ৰকাশিত)
বিভিন্ন আলোচনীত প্ৰকাশিত গল্প…
১. ঝুম৷ ১৯৭০চন৷ ‘অ’ৱেকিমি’
২. কাফি৷ ১৯৯১চন৷ ৰূপালী জয়ন্তী সংখ্যা ‘কুন্তিৰী’
৩. টঙি৷ ২০০৭চন৷ পূজা সংখ্যা ‘এদিন’
৪. মদিনা৷ ২০০৭চন৷ ‘আজিৰ বাতৰি’
৫. কি কহব দুখ৷ ২০০৭চন৷ পূজা সংখ্যা ‘প্ৰতিদিন’
৬. আঁচোৰ৷ ২০০৮চন৷ শাৰদীয় সংখ্যা ‘জনমভূমি’
৭. আহুদি৷ ২০১০চন৷ পূজা সংখ্যা ‘প্ৰতিদিন’
৮. চৌত্ৰিশ৷ ২০১০চন৷ ‘সাদিন’
চলচ্চিত্ৰৰ কাহিনী, চিত্ৰনাট্য, সংলাপ, তথ্যচিত্ৰ
আদি…
১. ফাগুনী৷ ১৯৭৮চন৷ কাহিনী, চিত্ৰনাট্য, সংলাপ
২. বোৱাৰী৷ ১৯৮০চন৷ কাহিনী
৩. পাহাৰী কন্যা৷ ১৯৮৫চন৷ অতিৰিক্ত কাহিনী
৪. ৱ’ছবিপ’৷ ১৯৯৩চন৷ সংলাপ (স্বৰ্ণকমল বঁটা)
৫. ছেৰ আলাং৷ ১৯৯৩চন৷ কাহিনী, চিত্ৰনাট্য, সংলাপ
(ৰৌপ্যকমল বঁটা)
৬. ৰংবিন৷ ২০০৩চন৷ কাহিনী, চিত্ৰনাট্য, সংলাপ
৭. ৰিত্ আংতং৷ ২০০৩চন৷ কাহিনী, চিত্ৰনাট্য, সংলাপ
৮. আনট’ল্ড ষ্ট’ৰী অৱ ব্লু হিল্ছ৷ ২০০৪চন৷ অতিৰিক্ত কাহিনী
৯. লাজ৷ ২০০৪চন৷ সংলাপ
১০. জিৰছং৷ কাহিনী, চিত্ৰনাট্য
১১. সেউজী ধৰণী ধুনীয়া৷ কাহিনী, চিত্ৰনাট্য
দূৰদৰ্শনৰ চিত্ৰনাট্য, টেলিফিল্ম, তথ্যচিত্ৰ আদি…
১. ৱ’লেং
২. কাৰবি জনজাতিৰ উৎসৱ
৩. কাৰবি জীৱনধাৰা
৪. এজনী জাপানী ছোৱালী৷ ২০০৪চন৷ চিত্ৰনাট্য
৫. অনন্যা৷ ২০০৫চন
৬. ছুটি৷ ২০০৫চন৷ চিত্ৰনাট্য
৭. ত্যাগ৷ ২০০৫চন৷ চিত্ৰনাট্য
৮. ৰামকানাইৰ নিৰ্বুদ্ধিতা৷ ২০০৫চন৷ চিত্ৰনাট্য
৯. শাস্তি৷ ২০০৫চন৷ চিত্ৰনাট্য
১০. ৰংমিলিৰ দিগন্ত৷ ২০০৫চন৷ চিত্ৰনাট্য
১১. বকুলবনৰ কবি আনন্দচন্দ্ৰ বৰুৱা৷ ২০০৫চন৷ চিত্ৰনাট্য
১২. কাৰবি লোকবাদ্য আৰু সংগীত৷ ২০০৫চন
কমিছনড্ প্ৰগ্ৰেম আৰু ইণ্ডিয়ান ক্লাছিক চিৰিজৰ
কাহিনী, চিত্ৰনাট্য, সংলাপ…
১. কুৰুলি৷ ১৯৯৬চন
২. থং নক্বে৷ ২০০৪চন
৩. যশস্বী কাৰবি নাৰী (হাঈমু, ৰংফাৰপী ৰংবে, ছেৰদিহুন)৷
২০০৫চন
৪. জংছন৷ ২০০৫চন
৫. নিৰ্মল আনন্দ
৬. ৰংমিলিৰ হাঁহি
৭. জাক হেৰোৱা পক্ষী৷ ২০০৮চন
৮. প্ৰতিপদ৷ ২০০৮চন
৯. ৰামধেনু৷ ২০০৮চন
১০. ৰুমাল৷ ২০০৮চন
১১. হাৰমাল৷ ২০০৮চন
১২. অমানিশা৷ ২০০৮চন
১৩. ৱ’জাৰু পখীৰ গান৷ ২০০৮চন
১৪. ডালিমেত্ কুংৰী৷ ২০০৮চন
১৫. দিশায়েঁ
দূৰদৰ্শনৰ কমিছনড্ প্ৰগ্ৰেমৰ বাবে লিখা চিত্ৰনাট্য…
১. ৰাংছিনাৰ সুৰ৷ ২০১১চন
২. হুনমিলি৷ ২০১১চন
৩. ডাকবঙলা৷ ২০১১চন
৪. বন ফৰিঙৰ গীত৷ ২০১১চন
৫. ৰছেং৷ ২০১১চন
নাটক…
১. অৱতাৰ৷ গুৱাহাটীৰ শান্তিপুৰত মঞ্চস্থ
২. হৰিদৰ্শন৷ গুৱাহাটীৰ জু ৰোডত মঞ্চস্থ
৩. আংগুলীমাল৷ ডিফুৰ ডিফু ক্লাবত মঞ্চস্থ
৪. ৰংফাৰপী ৰংবে৷ দিল্লীত অনুষ্ঠিত নেশ্যনেল থিয়েটাৰ
ফেষ্টিভেলত মঞ্চস্থ
৫. থং নক্বে৷ ২০০২চনত সোণাপুৰত অনুষ্ঠিত কাৰবি
যুৱ মহোৎসৱত মঞ্চস্থ
৬. জোনাক তুমি অনন্যা৷ ডিফুৰ ডিফু ক্লাবত মঞ্চস্থ
৭. হাঈমু অপেৰা৷ ডিফুৰ তাৰালাংছ’ত মঞ্চস্থ
৮. বিষকন্যা৷ ১৯৮০চনত কহিনুৰ থিয়েটাৰৰ জৰিয়তে মঞ্চস্থ
‘ঋতুৰাজ’ ছদ্মনামেৰে লিখা উপন্যাস…
১. প্ৰবাসী বিহংগ৷ প্ৰকাশক : ৰহস্য প্ৰকাশ, গুৱাহাটী
২. কামসেন্দূৰ৷ প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী
৩. প্ৰেয়সী৷ প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী
৪. সহবাস৷ প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী
৫. মন্থন৷ প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী
‘ঋতুৰাজ’ ছদ্মনামেৰে লিখা ‘দস্যুৰাণী বিজুলী’ চিৰিজ…
(প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী)
১. দস্যুৰাণী বিজুলী
২. মুক্তিপণ
৩. স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে
৪. সাতভনী
৫. বিয়াৰ নিশা
৬. সমুদ্ৰ গৰ্ভত
৭. তিহাৰ জেল
৮. বন সংৰক্ষণ
৯. পঞ্জাৱত
১০. সৃষ্টিৰ সেনানী
১১. বিজয় নিচান
১২. ঘৰ-সংসাৰ
১৩. শ্ৰমিক বিপ্লৱ
১৪. ড্ৰাগ্চ চক্র
১৫. সীমান্ত প্ৰহৰী
১৬. আটলাণ্টিক এক্সপ্ৰেছ
১৭. দুৰন্ত ধুমুহা
১৮. মডেল গাৰ্ল
১৯. নাইট ক্লাব
২০. জাফ্না চহৰ
২১. অভিশপ্ত কণ্ঠহাৰ
২২. অশান্ত এলেকা
২৩. বেংক ডকাইটি
২৪. মিছ ফ’ৰ টুৱেণ্টি
২৫. কিচ্মিচ্ বেগম
২৬. এয়াৰ হ’ষ্টেচ
২৭. সন্ত্ৰাস
২৮. অৰণ্য কুহেলী
২৯. নৰ্তকী
৩০. দস্যু কন্যা
৩১. জালী নোট
৩২. মিছ ইণ্ডিয়া
৩৩. কালাপাহাৰ
৩৪. কয়েদী
৩৫. সংঘৰ্ষ
৩৬. ব্লেক মেইল
৩৭. জলদস্যু
৩৮. ভয়াল ৰাতি
৩৯. কলগাৰ্ল
৪০. বিষাক্ত বেদনা
‘নেল্ফা’ চিৰিজ…
(প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী)
১. নেল্ফা
২. এজন সাংবাদিকৰ হত্যা
৩. উগ্ৰপন্থীৰ গোপন ঘাটি
৪. বাৰ্মা সীমান্তত
৫. মৃত্যু উপত্যকাৰ পম খেদি
৬. তিনিজনী গাভৰুৰ নিৰুদ্দেশ
৭. ছিন্নশিৰ
৮. ঘাতক
৯. গ্ৰীণভিলা
১০. চক্রবেহু
১১. ৰুম নং ৩১২
১২. অস্ত্ৰাগাৰ
‘ঋতুৰাজ’ ছদ্মনামত ‘বিস্ময়’, ‘ৰহস্য’ আলোচনীত লিখা উপন্যাস…
১. অপদেৱতা (বিস্ময়)
২. আগন্তুক (ৰহস্য)
৩. মহেঞ্জোদাৰো (ৰহস্য)
‘ৰহস্য’ আলোচনীত লিখা গল্প…
১. সেই ঘৰখন
২. লুইতপৰীয়া গাভৰু
৩. উদং বুকু
৪. সেয়া সঁচা নাছিল
৫. চেনিৰামৰ উপাখ্যান
৬. লাজে লাজে ভয়ে ভয়ে
৭. পৰস্ত্ৰী
৮. এম.এল.এ. খুড়া
৯. মনত পৰিছে
১০. গুৰিৰ কথাটো
১১. ৰক্ষিতা
১২. তুঁহজুই
১৩. ভিতৰি নেৰিবা বেথা
১৪. গাতা বাচাইয়া
১৫. নেজানিলোঁ আগে ঐ
১৬. ডকাইত বাবু
১৭. শিহৰণ
১৮. ছিগা তাঁৰৰ ৰাগিনী
১৯. ওঁ নমো শিৱায়
২০. উলংগ বেদনা
২১. স্খলন
২২. এৰাএৰিৰ দুখ
২৩. আচমানী
২৪. ঘূণ
কাৰবি ভিডিঅ’ ফিল্মৰ চিত্ৰনাট্য…
১. বচে কাংথিম
২. আতুৰকিমি
৩. জিম্তিম্
৪. কিলিং চংক্রেত্
৫. হেম আকাৰজং
৬. থেংৰিছ আছ’প’
৭. কাৰবি আকাই আলং ৱতি কেনাংছত
৮. মিষ্টাৰ ডিংএহ
৯. কাৰবি লোক-নৃত্য, সংগীত
১০.আদাম-আছাৰ
অন্যান্য…
১. ডিফু চৰকাৰী মহাবিদ্যালয়ৰ এমব্লেম প্ৰস্তুতকৰণ৷
১৯৬৪চন
২. কেইবাখনো কিতাপ-আলোচনীৰ বেটুপাত অংকন
৩. ডিফু প্ৰেছ ক্লাবৰ উপদেষ্টা৷ ২০০৩চন
৪. ‘দৈনিক প্ৰতিবেদন’ কাকতৰ সম্পাদক৷ ২০০৭-২০০৮চন
৫. আমরা ক’জন গোষ্ঠীৰ বৈশাখী বঁটা৷ ২০০২চন
৬. কমিউনেল হাৰমনি ফ’ৰ্টনাইট বঁটা৷ ২০০৩চন
৭. অসম সাহিত্য সভাৰ জয়ছিং হাঞ্চে বঁটা৷ ২০০৪চন
৮. কমিউনেল হাৰমনি বঁটা৷ ২০১০চন
৯. কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেমছনছিং ইংতি
বঁটা৷ ২০১১চন
১০. কাৰবি সাংস্কৃতিক সমাজৰ দ্বাৰা সম্বৰ্ধনা৷
১৯৯৪ আৰু ২০০১চন
১১. কল্লোল গোষ্ঠীৰ দ্বাৰা সম্বৰ্ধনা৷ ১৯৯৯চন
১২. কাৰবি লাম্মেত আমেইৰ দ্বাৰা সম্বৰ্ধনা৷ ২০০৪চন
১৩. কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা সম্বৰ্ধনা৷
২০০৮চন
১৪. ডিফু গ্ৰন্থমেলা সমিতিৰ দ্বাৰা সম্বৰ্ধনা৷
২০০৮চন
(উৎস পুথি... 'বসন্ত বৈভৱ' -বসন্ত দাসৰ অভিনন্দন গ্ৰন্থ, সম্পাদনা- শ্ৰী পৱিত্ৰ বৰা, প্ৰকাশক- ডিহুন, গুৱাহাটী-৩, ২১মাৰ্চ ২০১২চন)
সেই সময়ৰ অতি জনপ্ৰিয় দস্যুৰাণী বিজুলীৰ চিৰিজটো বৰ্তমান ক'ৰবাত পোৱা যাব নেকি?
ReplyDelete