Saturday, 3 January 2015

?, ?
(দুটা প্ৰশ্নবোধক)


মোৰ লৰাটোৱে চাগৈ ভাবে... মই যদি দেউতাৰ সমান ডাঙৰ হলোঁহেঁতেন! কেতিয়াযে হম!
মই পিছে ভাবো... মই মোৰ লৰাটোৰ সমান হৈ থকা হলেই ভাল আছিল৷
মোৰ দেউতাই কি ভাবে বাৰু?

ৰাটোৰ দৃষ্টিৰে মই প্ৰায়ে চাওঁ মোলৈ৷ দেখা পাওঁ, দেউতাৰ এনেকুৱা দিনবোৰ৷
দেউতাৰ দৃষ্টিৰেও মই মোলৈ চাওঁ৷ মোৰ ঠাইত লৰাটো, লৰাৰ ঠাইত নাতি এটা দেখা পাওঁ৷
দেউতা বা লৰাই কি কি দেখে বাৰু?

No comments:

Post a Comment