কিছু তথ্য :
এন.এইচ.পি.চি.ৰ জৰিয়তে গেৰুকামুখত নিৰ্মাণ কৰিব
খোজা ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা কোন ৰাজ্যই
কিমান মেগাৱাট বিদ্যুৎ শক্তি লাভ কৰিব ?
উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আবণ্টিত ১০০০মেগাৱাটৰ ভিতৰত~
অসম ২০৮
অৰুণাচল প্ৰদেশ ৩৪ + ২৬০ (গৃহ ৰাজ্যৰূপে বিনামূলীয়া
১৩শতাংশ) = ২৯৪
মণিপুৰ ৪৩
মেঘালয় ৪৯
নাগালেণ্ড ২৯
ত্ৰিপুৰা ৪৯
মিজোৰাম ২৮
৭০০মেগাৱাট এতিয়ালৈ আবণ্টন কৰা হৈছে ৷ ৩০০মেগাৱাট
এতিয়ালৈ কাকো আবণ্টন কৰা হোৱা নাই ৷
উত্তৰ ভাৰতৰ ৬খন ৰাজ্যৰ বাবে আবণ্টিত মুঠ ৫০০মেগাৱাটৰ
ভিতৰত~
হাৰিয়ানা ৪৩
পঞ্জাৱ ৬৪
ৰাজস্থান ৯৩
উত্তৰ প্ৰদেশ ১৮২
চণ্ডীগড় ৫
দিল্লী ১১৩
পশ্চিম ভাৰতৰ ৫খন ৰাজ্যৰ বাবে আবণ্টিত মুঠ ৫০০মেগাৱাটৰ
ভিতৰত~
গুজৰাট ১৬২
মধ্য প্ৰদেশ ১০৫
ছত্তিশগড় ৪২
মহাৰাষ্ট্ৰ ১৮৩
গোৱা ৮
উৎস : আমাৰ অসম, ২১জুন ২০১৩
No comments:
Post a Comment